0 votes
81 views
in Science by (5.6k points)
কোনো বস্তুক গতি কৰাবলৈ যে বলৰ প্ৰয়োজন এটা উদাহৰণৰ সহায়ত লিখা।

1 Answer

0 votes
by (240k points)
 
Best answer
কোনো বস্তুক গতিশীল কৰাবলৈ বলৰ প্ৰয়োজন হয়, যেনে- ফুটবল খেলত খেল আৰম্ভ হোৱাৰ সময়ত, বলটো খেল-পথাৰৰ ঠিক মাজত ৰাখি থোৱা হয়। পিছত যিকোনো এজন খেলুৱৈয়ে ভৰিৰে লথিয়াই দিয়াৰ লগে লগে বলটো গতিশীল হয়; অর্থাৎ ভৰিয়ে বল প্রয়োগ কৰাৰ ফলত বলটোৱে গতি লাভ কৰে।
...