0 votes
71 views
in Science by (5.6k points)
অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ পদার্থ ভেদে প্রয়োজনীয় তাপৰ পৰিমাণ যে বেলেগ বেলেগ হয় তাক কেনেদৰে কৰি দেখুৱাবা লিখা।

1 Answer

0 votes
by (240k points)
 
Best answer
মম আৰু বনস্পতি ঘিঁউ দুটা বেলেগ পদার্থ। সমান পৰিমাণ মম আৰু বনস্পতি ঘিঁউ এচামুচকৈ ৰ'দত কিছুসময় থৈ দিলে, বনস্পতি ঘিঁউখিনি গলি পনীয়া হয়; কিন্তু মমটুকুৰা গোটা অৱস্থাতে থাকে। এই মমখিনিক জুইত তপত কৰিলে গলি গৈ পনীয়া হয়। এতেকে বিভিন্ন পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বেলেগ বেলেগ পৰিমাণৰ তাপ লাগে।
...