0 votes
89 views
in Biology by (33.3k points)
কিছুমান উদ্ভিদ কেইসপ্তাহ মানৰ বাবে নিম্ন উষ্ণতাত ৰাখিলেহে ফুল ফুলে। এই পৰীক্ষাটোক তুমি কি বুলি কবা?

1 Answer

0 votes
by (268k points)
 
Best answer

কিছুমান উদ্ভিদ কেইসপ্তাহ মানৰ বাবে নিম্ন উষ্ণতাত ৰাখিলেহে ফুল ফুলে। এই পৰীক্ষাটোক বসন্তীকৰণ (Vernalization) বুলি কোৱা হয়

Related questions

...