0 votes
40 views
in Science by (30.2k points)
উদ্ভিদ বৃদ্ধিৰ অৱস্থা দুটা কি কি?

1 Answer

0 votes
by (240k points)
 
Best answer
উদ্ভিদ বৃদ্ধিৰ অৱস্থা দুটা হ'ল-

(i) প্ৰথম অৱস্থাত উদ্ভিদৰ দৈহিক বৃদ্ধি হয়।

(ii) শেষৰ অৱস্থাত উদ্ভিদৰ জননাঙ্গৰ বৃদ্ধি হয়।
...