0 votes
35 views
in Science by (28.3k points)
দুটা আলংকাৰিক মাছৰ নাম লিখা। এই মাছবোৰ ক'ত বখা হয়?

1 Answer

0 votes
by (221k points)
 
Best answer
দুটা আলংকাৰিক মাছ হ'ল-গ'ল্ডফিচ আৰু গোৰামি। এইবোৰ মাছ বাগিছাৰ পুখুৰী বা একয়াৰিয়ামত ৰখা হয়।
...