কিছুমান ৰুগীয়া উদ্ভিদৰ প্রভাবিত অংশত অতি বেছি কোষ সৃষ্টিৰ ফলত আকাৰ বাঢ়ি যোৱা দেখা যায়। এই লক্ষণটোক অতি বৃদ্ধি (Hypertrophy) বুলি কোৱা হয়।