0 votes
83 views
in Biology by (33.3k points)
কিছুমান ৰুগীয়া উদ্ভিদৰ প্রভাবিত অংশত অতি বেছি কোষ সৃষ্টিৰ ফলত আকাৰ বাঢ়ি যোৱা দেখা যায়। এই লক্ষণটোক কি বুলি কোৱা হয়?

1 Answer

0 votes
by (268k points)
 
Best answer

কিছুমান ৰুগীয়া উদ্ভিদৰ প্রভাবিত অংশত অতি বেছি কোষ সৃষ্টিৰ ফলত আকাৰ বাঢ়ি যোৱা দেখা যায়। এই লক্ষণটোক অতি বৃদ্ধি (Hypertrophy) বুলি কোৱা হয়।

...