কিছুমান উদ্ভিদ কেইসপ্তাহ মানৰ বাবে নিম্ন উষ্ণতাত ৰাখিলেহে ফুল ফুলে। এই পৰীক্ষাটোক বসন্তীকৰণ (Vernalization) বুলি কোৱা হয়।