0 votes
97 views
in Science by (33.3k points)
ক'ক ব্যৱহাৰ কৰি এলুমিনিয়াম অক্সাইডক কিয় এলুমিনিয়ামলৈ বিজাৰিত কৰিব নোৱাৰি?

1 Answer

0 votes
by (268k points)
 
Best answer
ক'ক ব্যৱহাৰ কৰি এলুমিনিয়াম অক্সাইডক এলুমিনিয়ামলৈ বিজাৰিত কৰিব নোৱাৰি ইয়াৰ কাৰণ এয়ে যে এলুমিনিয়ামৰ কাৰ্বনতকৈ, অক্সিজেনৰ প্ৰতি আসক্তি বেছি। গতিকে এলুমিনিয়াম অক্সাইডক, কাৰ্বন ব্যৱহাৰ কৰি বিজাৰিত কৰিব নোৱাৰি।
...