0 votes
33 views
in Science by (28.3k points)
বতৰ অধ্যয়ন কৰোঁতে একে সময়তে যিমান পৰা যায় সিমান বেছি বেছি ঠাইৰ তথ্য সংগ্ৰহ কৰিব লাগে কিয়?

1 Answer

0 votes
by (221k points)
 
Best answer
বতৰৰ উপাদানসমূহ সীমিত অঞ্চলত হোৱা পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল নহয়। সেইবাবে বতৰ অধ্যয়ন কৰোতে একে সময়তে যিমান বেছি পৰা যায় সিমান বেছি ঠাইজুৰি পৰ্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰিব লাগে।
...