0 votes
24 views
in Science by (28.3k points)
আহাৰত থকা বিভিন্ন উপাদানবোৰৰ কোনবিধে আমাক কেনেকৈ সহায় কৰে?

1 Answer

0 votes
by (221k points)
 
Best answer
আহাৰত থকা বিভিন্ন উপাদানে আমাক তলত দিয়া ধৰণে সহায় কৰে-

(i) কার্বহাইড্রেটে- শক্তি যোগায়।

(ii) প্ৰ'টিন-শৰীৰ গঠন কৰে বা বৃদ্ধি কৰে।

(iii) চর্বি (স্নেহ) বা তেল- অতিৰিক্ত শক্তি যোগায়।

(iv) খনিজ পদার্থ-তেজ আৰু হাড়ৰ গঠন কৰে।

(v) ভিটামিন-ৰোগ প্ৰতিৰোধ কৰে।

(vi) পানী-বিভিন্ন বিপাক কার্য চলায়।
...