0 votes
22 views
in Science by (28.3k points)
কৃত্রিম উপগ্রহই বতৰৰ আগজাননী দিয়াত কেনেকৈ সহায় কৰে?

1 Answer

0 votes
by (221k points)
 
Best answer
কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। এনে কৰোঁতে ই ডাৱৰৰ আৱৰণ আৰু তাৰ ওপৰৰ অৱস্থা, সাগৰ পৃষ্ঠৰ উষ্ণতা, বতাহৰ দিশ আদি বিভিন্ন তথ্য আৰু বিভিন্ন দুৰ্গম ঠাইৰ বিভিন্ন ধৰণৰ ফটো তুলি বতৰ বিজ্ঞান কেন্দ্রলৈ পঠিয়ায়। এইবোৰ তথ্য বিশ্লেষণ কৰি বতৰ বিজ্ঞানীসকলে বতৰৰ আগজাননী দিয়ে।
...