0 votes
49 views
in Science by (33.3k points)
কাৰণ দর্শোৱা-

এডাল জ্বলি থকা মমবাতি গিলাচেৰে ঢাকি দিলে নুমাই যায় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
জুই জ্বলাবলৈ অক্সিজেন গেছৰ প্ৰয়োজন। জ্বলি থকা এডাল মমবাতি গিলাচেৰে ঢাকি দিলে, কিছুসময়ৰ পিছত তাত অক্সিজেনৰ অভাৱ হয়। ইয়াৰ ফলত মমবাতিখন নুমাই যায়।
...