0 votes
116 views
in General Knowledge by (33.3k points)
ঘৰিয়ালৰ চকুত চকুপানী দেখা যায় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
শৰীৰত জমা হোৱা অতিৰিক্ত লৱণ ভাগ চকুত থকা লৱণ গ্রন্থিৰ সহায়ত ঘৰিয়ালে মাজে মাজে উলিয়াই থাকে। সেই বাবে ইয়াক চকুপানী টোকা যেন লাগে। আচলতে এইবোৰ প্ৰকৃত চকুলো নহয়।

সেইবাবে ভণ্ডৰ কান্দোনকো ঘৰিয়ালৰ চকুপানীৰ লগত ৰিজোৱা হয়। বোলা হয়। কিছুমান লোকৰ অন্ধবিশ্বাস যে ঘৰিয়ালে চিকাৰ কৰি খাব নোৱাৰাৰ দুখতে চকুপানী বুলি ভাবে।
...