0 votes
85 views
in Science by (33.3k points)
ধনগুলৈ কেনেকৈ উৎপত্তি হয়?

1 Answer

0 votes
by (268k points)
 
Best answer
জন্তুৰ মল-মূত্র আদি পচা বস্তু থকা জেকা ঠাইৰপৰা ওলোৱা এবিধ বাষ্প। ই বতাহত সংলগ্ন হ'লে তাত জুই উঠে আৰু চাকি এটাৰ নিচিনা হৈ বতাহত সংলগ্ন হ'লে তাত জুই উঠে আৰু চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময় চলি ফুৰে। লোক বিশ্বাস যে পুতি থোৱা ধন-সোণৰ ই এক কালিকা আৰু বাহিৰলৈ ওলায়। সেইবাবে ইয়াক ধনগুলৈ বোলে।
...