0 votes
51 views
in General Knowledge by (30.2k points)
ডাৱৰীয়া বতৰত মাছে কিয় বৰশীৰ টোপত নোখোঁটে?

1 Answer

0 votes
by (240k points)
 
Best answer
ডাৱৰীয়া বতৰত যেতিয়া বৰষুণ হয় তেতিয়া গছৰ ডালে-পাতে থকা পোক-পৰুৱাবোৰ বৰষুণৰ পানীৰ লগতে পানীত পৰে। তদুপৰি পানীৰ সোঁতে উঠাই অনা জাবৰ-জোঁথৰতো মাছৰ উপযোগী খাদ্য আহে। গতিকে ডাৱৰীয়া বতৰত মাছে পর্যাপ্ত পৰিমাণে খাদ্য পায় কাৰণেই বৰশীৰ টোপত নোখোঁটে।
...