0 votes
89 views
in Biology by (31.5k points)
সর্পগন্ধা অসমৰ এবিধ বিখ্যাত ঔষধি গছ। গছজোপাৰ কোনটো অংশৰ অর্থনৈতিক গুৰুত্ব আটাইতকৈ বেছি? এই গছবিধত পোৱা দুবিধ উপক্ষাৰৰ নাম লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer

সর্বগন্ধাৰ আটাইতকৈ অর্থনৈতিক গুরুত্বপূর্ণ অংশটো হ'ল মূল বা শিপা। 

ইয়া দেহত পোৱা দুবিধ উপক্ষাৰ হ'ল- বিছাৰপিন আৰু ছার্পেনটাইন। 

...