0 votes
54 views
in General Knowledge by (33.3k points)
ভয় খালে মুখখন শেঁতা পৰে কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
ভয় খালে ছালখন সংকুচিত হয় আৰু তেজ চলাচলত ব্যাঘাত জন্মে। ছালৰ সংকোচনৰ ফলত গাৰ নোমবোৰ থিয় হয়। মুখমণ্ডললৈ তেজৰ চলাচল কমি যোৱা বাবে মুখৰ ৰং শেঁতা হৈ পৰে।
...