0 votes
107 views
in General Knowledge by (33.3k points)
উৰাজাহাজত উঠাৰ আগতে কলমবোৰৰ পৰা চিয়াঁহী খালি কৰিবলৈ পৰামর্শ দিয়া হয় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
আমি জানো যে বায়ুমণ্ডলৰ যিমান উচ্চতালৈ যোৱা যায় বায়ুৰ চাপ কমি গৈ থাকে। উৰাজাহাজবোৰ আয়নমণ্ডলৰ মাজেদি উৰে য'ত বায়ুমণ্ডলীয় চাপ অতি কর্ম চিয়াহীপূর্ণ কলম এটাৰ ভিতৰত বায়ুমণ্ডলীয় চাপ বাহিৰৰ বায়ুমণ্ডলীয় চাপতকৈ বহুত বেছি। ফলত চিয়াঁহীবোৰ কলমৰ আগেৰে ওলাই আহে। সেই বাবেই "উৰীজাহাজত উঠাৰ আগতে কলমবোৰ চিয়াঁহীমুক্ত কৰিবলৈ পৰামৰ্শ দিয়া হয়।
...