0 votes
79 views
in General Knowledge by (33.3k points)
'নখ' আৰু 'চুলি' কাটিলে আমি দুখ নাপাওঁ কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
আমাৰ শৰীৰৰ সকলো ধৰণৰ সংবেদন (দুখ, আনন্দ, আবেগ আদি) শৰীৰ কোষসমূহত থকা স্নায়ুয়ে মগজুলৈ বহন কৰে। মগজুই এই অনুভূতি শৰীৰক যোগায় 'নখ' আৰু 'চুলি'ত এই সংবেদন বহনকাৰী কোনো ধৰণৰ স্নায়ু নাথাকে। ফলত এইবোৰ কাটিলে আমি দুখ নাপাওঁ বা তেজ নোলায়।
...