0 votes
69 views
in General Knowledge by (30.2k points)
'বৰ অসম'ৰ তাৎপৰ্য আৰু ইয়াৰ অন্তর্ভুক্ত ৰাজ্যবোৰৰ নাম কি লিখা।

1 Answer

0 votes
by (240k points)
 
Best answer
বৃহত্তৰ অসম বা 'গ্ৰেটাৰ অসম' মানে যি, 'বৰ অসম'ৰ অৰ্থও সেয়া। কৰতোৱাৰপৰা আৰম্ভ কৰি শদিয়াপর্যন্ত যি ৰাজ্যখণ্ডৰ ওপৰত একালত ভগদত্ত ৰজাৰ শাসন চলিছিল এই ৰাজ্যখণ্ডকেই 'বৰ অসম' বোলা হৈছে। ইয়াৰ অন্তৰ্ভুক্ত ৰাজ্যখণ্ড আছিল অসম উপত্যকা, ভূটান, ৰংপুৰ, শ্রীহট্ট, কোচবেহাৰ, মৈমনসিংহৰ উত্তৰ-পূব অঞ্চল।
...