ফেৰিক অক্সাইড (Fe2O3) আৰু এলুমিনিয়াম পাউদাৰৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত তাপশক্তি আৰু অন্যান্য উপজাত দ্ৰব্যৰ উৎপত্তি হোৱা পদ্ধতিটোকে থার্মাইট পদ্ধতি বোলে।