0 votes
63 views
in Science by (33.3k points)
মাইক'ৰাহাইজা (Mycorrhiza) বুলিলে কি বুজা?

1 Answer

0 votes
by (268k points)
 
Best answer
বহু সৰলজাতীয় আৰু আন সপুষ্পক উদ্ভিদৰ শিপাৰ লগত ভেকুঁৰে সহযোগিতা কৰে। ভেকুঁবে মাটিৰপৰা পানী আৰু মৌল আহৰণ কৰি এইরোব উদ্ভিদক যোগান ধৰে। আনহাতে এই উদ্ভিদবোৰে তৈয়াৰ কৰা কাৰ্ব'হাইড্রেট ভেকুঁৰে আহৰণ কৰে। এই সহজীৱিতাক মাইক'ৰহাইজা বোলে।
...