0 votes
54 views
in Science by (33.3k points)
থার্মাইট পদ্ধতি মানে কি বুজা?

1 Answer

0 votes
by (268k points)
 
Best answer

ফেৰিক অক্সাইড (Fe2O3) আৰু এলুমিনিয়াম পাউদাৰৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত তাপশক্তি আৰু অন্যান্য উপজাত দ্ৰব্যৰ উৎপত্তি হোৱা পদ্ধতিটোকে থার্মাইট পদ্ধতি বোলে।

...