Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
এজন ব্যক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 টকা আৰু তেওঁৰ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 টকা।
0
votes
75
views
asked
Sep 19, 2023
in
Economics
by
Kabita
(
6.6k
points)
এজন ব্যক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 টকা আৰু তেওঁৰ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 টকা। ব্যক্তিজনৰ প্ৰান্তিক ভোগ প্ৰৱণতা 0.8 হ'লে সামগ্রিক ভোগৰ পৰিমাণ গণনা কৰা।
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Sep 19, 2023
by
Haren
(
268k
points)
Best answer
উত্তৰ: আমি জানো যে, C = a + by
য'ত a = স্বতন্ত্র ভোগ, b = MPC আৰু y = ব্যক্তিগত ব্যয়যোগ্য আয়।
.'. সামগ্রিক ভোগ
(C) = a + by
= 500 + 0.8 × 5000
= 500 + 4000
= 4500 টকা।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
84
views
প্রত্যাশিত বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগৰ মাজৰ পাৰ্থক্য?
asked
Sep 19, 2023
in
Economics
by
Kabita
(
6.6k
points)
0
votes
1
answer
127
views
ফ্রেড হুইল কোন? হকিঙৰ সৈতে তেওঁৰ সম্পৰ্ক কেনে আছিল লিখা।
asked
May 29
in
General Knowledge
by
Priya
(
33.3k
points)
0
votes
1
answer
132
views
অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ পদার্থ ভেদে প্রয়োজনীয় তাপৰ পৰিমাণ যে বেলেগ বেলেগ হয় তাক কেনেদৰে কৰি দেখুৱাবা লিখা।
asked
Apr 3
in
Science
by
Kabita
(
6.6k
points)
0
votes
1
answer
117
views
সাগৰত খনিজ লৱণৰ পৰিমাণ বেছি কিয়?
asked
Mar 31
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
159
views
দার্শনিক ৰুছোৱে তেওঁৰ ____ নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰি দেখুৱাইছিল।
asked
Feb 8
in
Education
by
Priya
(
33.3k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...