0 votes
62 views
in Economics by (6.6k points)
এজন ব্যক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 টকা আৰু তেওঁৰ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 টকা। ব্যক্তিজনৰ প্ৰান্তিক ভোগ প্ৰৱণতা 0.8 হ'লে সামগ্রিক ভোগৰ পৰিমাণ গণনা কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
উত্তৰ: আমি জানো যে, C = a + by

য'ত a = স্বতন্ত্র ভোগ, b = MPC আৰু y = ব্যক্তিগত ব্যয়যোগ্য আয়।

.'. সামগ্রিক ভোগ

(C) = a + by

      = 500 + 0.8 × 5000

      = 500 + 4000

      = 4500 টকা।
...