0 votes
60 views
in General Knowledge by (31.5k points)
লোৰে নিৰ্মিত বেজী এটা পানীত ডুব যায় কিন্তু লোৰে নিৰ্মিত জাহাজ এখন পানীত ডুব নাযায় কিয়?

1 Answer

0 votes
by (251k points)
 
Best answer
বস্তু এটা পানীত ডুবিব নে ওপঙি থাকিব সেইটো নিৰ্ভৰ কৰে বস্তুটোৱে অপসাৰিত কৰিব পৰা তৰলৰ ওজনৰ ওপৰত। জাহাজ এখনে অপসাৰিত কৰা পানীৰ ওজন জাহাজখনৰ মুঠ ওজনতকৈ বেছি। সেইবাবে জাহাজখন লোৰে নির্মিত হ'লেও ডুব নাযায়। আনহাতে লোৰে নিৰ্মিত বেজীটোৱে অপসাৰিত কৰা পানীৰ ওজন বেজীটোৰ মুঠ ওজনতকৈ বহুত কম বাবে ই পানীত ডুব যায়।
...