0 votes
55 views
in Science by (5.9k points)
ওৱাৰলেছৰ যোগেদি কথা কেনেকৈ শুনা যায়?

1 Answer

0 votes
by (251k points)
 
Best answer
শব্দই বায়ুৰ মাজেৰে যেতিয়া গতি কৰে তেতিয়া ই বায়ুত তৰংগৰ সৃষ্টি কৰে। এনেকৈ শব্দ তৰংগ বায়ুৰ মাজেৰে গৈ থাকোঁতে বায়ুৰ লহৰৰ লগত ঘঁহনি খাই শব্দ শক্তিৰ হ্রাস হৈ থাকে। কিন্তু শব্দ শক্তিও বিজুলী শক্তিলৈ ৰূপান্তৰিত কৰিলে সেই শব্দ শক্তিৰ হ্রাস নহয়। সেয়েহে ওৱাৰলেছৰ শব্দ শক্তিক কৃত্রিম উপায়েৰে বিজুলী শক্তিলৈ ৰূপান্তৰিত কৰা হয়। ফলত শব্দ শক্তিৰ হ্রাস নহয় আৰু আমি যেতিয়া এটা দিশত কথা কওঁ আনটো দিশত শুনোতাই নির্বিঘ্নে সেই কথা শুনিব পাৰে।
...