শক্তি ৰূপান্তৰিত হোৱা বুলিলে শক্তি এটা অৱস্থাৰ পৰা আন অৱস্থালৈ ৰূপান্তৰিত হৈ কোনো কাৰ্য্য কৰাকে বুজায়।
উদাহৰণ- সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ পদ্ধতিত সৌবশক্তি আহৰণ কৰি পানী আৰু কাৰ্বনডাই অক্সাইডৰ সহায়ত তাক গ্লুক'জৰ ৰূপত ৰাসায়নিক শক্তিলৈ পৰিবৰ্ত্তন কৰে।