0 votes
73 views
in Science by (31.5k points)
'শক্তি ৰূপান্তৰিত' হোৱা বুলিলে কি বুজা যায়? এটা উদাহৰণ দিয়া।

1 Answer

0 votes
by (251k points)
 
Best answer
শক্তি ৰূপান্তৰিত হোৱা বুলিলে শক্তি এটা অৱস্থাৰ পৰা আন অৱস্থালৈ ৰূপান্তৰিত হৈ কোনো কাৰ্য্য কৰাকে বুজায়।

উদাহৰণ- সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ পদ্ধতিত সৌবশক্তি আহৰণ কৰি পানী আৰু কাৰ্বনডাই অক্সাইডৰ সহায়ত তাক গ্লুক'জৰ ৰূপত ৰাসায়নিক শক্তিলৈ পৰিবৰ্ত্তন কৰে।
...