0 votes
76 views
in Science by (33.3k points)
কোষবেৰৰ বৃদ্ধি সম্বন্ধে এটি চমুটোকা লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
কোষবেবৰ বৃদ্ধি দুই ধৰণে হোৱা দেখা যায় -

(ক) কোনো এটা কোষ আকাৰত সৰু হৈ থাকে। লাহে লাহে ইয়াৰ কোষবেৰ খন বহলিবলৈ ধৰে আৰু কোষটোও ডাঙৰ হৈ আহে। কোষৰ এনেদৰে আকাৰৰ বৃদ্ধি হোৱাকে অন্তর্বেশী বৃদ্ধি বোলে।

(খ) কোষটো ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে প্রটোপ্লাজমে নতুন নতুন পদার্থ নিঃসৰণ কৰি আদিবেৰখনৰ ওপৰত তৰপে তৰপে জমা কৰে আৰু বেৰখন ক্রমান্বয়ে ডাঠ হৈ আছে। এনেকুৱা বৃদ্ধিক স্তবিত বৃদ্ধি বোলে।
...