0 votes
58 views
in Science by (31.5k points)
উদ্ভিদৰ পৰিপুষ্টিত ফছফৰাছৰ গুৰুত্ব মূল্যাংশ কৰা।

1 Answer

0 votes
by (251k points)
 
Best answer
ফছফৰাছে ATP গঠন, RNA আৰু DNA সংশ্লেষণ, শাহ-নিশাহ লোৱা কার্যত অংশগ্রহণ কৰে। ফছফবাছৰ অভাৱত উদ্ভিদ দীঘল নহয় আৰু ফুল-পাতবোৰ সৰি পবে।
...