0 votes
87 views
in Science by (33.3k points)
জলাকৰ্ষণ প্রক্রিয়া কি? ইয়াৰ আৱশ্যকতা কি?

1 Answer

0 votes
by (268k points)
 
Best answer
মাটি নোহোৱাকৈ অকল পানীত আৱশ্যকীয় মৌলসমূহৰ দ্রব তৈয়াৰ কৰি বাণিজ্যিক ভিত্তিত শস্য উৎপাদন কৰিব পাৰি। এই খেতি কৰাটোকেই জলাকর্ষণ বোলে।

ইয়াৰ দ্বাৰা য'ত খেতি কৰা মাটিৰ অভাৱ, তাত এই পদ্ধতিৰদ্বাৰাই বিভিন্ন শস্য উৎপন্ন কৰিব পাৰি।
...