Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
জলাকৰ্ষণ প্রক্রিয়া কি? ইয়াৰ আৱশ্যকতা কি?
0
votes
107
views
asked
Jun 12
in
Science
by
Priya
(
33.3k
points)
জলাকৰ্ষণ প্রক্রিয়া কি? ইয়াৰ আৱশ্যকতা কি?
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Jun 12
by
Haren
(
268k
points)
Best answer
মাটি নোহোৱাকৈ অকল পানীত আৱশ্যকীয় মৌলসমূহৰ দ্রব তৈয়াৰ কৰি বাণিজ্যিক ভিত্তিত শস্য উৎপাদন কৰিব পাৰি। এই খেতি কৰাটোকেই জলাকর্ষণ বোলে।
ইয়াৰ দ্বাৰা য'ত খেতি কৰা মাটিৰ অভাৱ, তাত এই পদ্ধতিৰদ্বাৰাই বিভিন্ন শস্য উৎপন্ন কৰিব পাৰি।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
112
views
'বৰ অসম'ৰ তাৎপৰ্য আৰু ইয়াৰ অন্তর্ভুক্ত ৰাজ্যবোৰৰ নাম কি লিখা।
asked
May 17
in
General Knowledge
by
Priya
(
33.3k
points)
0
votes
1
answer
97
views
ডি এন এ অনুৰ বহুনিউক্লীয়টাইড সূত্রিকাৰ প্ৰতিসমান্তৰাল অভিবিন্যাসৰ ইয়াৰ অনুকৃত্যায়নৰ ওপৰত প্ৰভাৱ কি?
asked
Mar 5
in
Biology
by
Priya
(
33.3k
points)
0
votes
1
answer
123
views
আবিষ্ট প্রজনন কাক বোলে? আবিষ্ট প্রজনন প্রক্রিয়া বর্ণনা কৰা।
asked
Jun 18
in
Science
by
Kabita
(
6.6k
points)
0
votes
1
answer
107
views
'শক্তি ৰূপান্তৰিত' হোৱা বুলিলে কি বুজা যায়? এটা উদাহৰণ দিয়া।
asked
Jun 16
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
94
views
ছেন্ট্র'ছম আৰু ছেন্ট্রিঅ'লৰ মাজত পাৰ্থক্য কি?
asked
Jun 15
in
Science
by
Priya
(
33.3k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...