0 votes
64 views
in Science by (31.5k points)
বসম্ৰাৰ কাক বোলে?

1 Answer

0 votes
by (251k points)
 
Best answer
সেমেকা আৰু গৰম ৰাতিৰ পিছত বাতিপুৱা আমি কেতবোৰ গছৰ পাতৰ আগত আৰু পৰিধিৰ শিৰাবোৰৰ মূৰত কেতবোৰ পানীৰ টোপাল দেখো। এইবিলাক নিয়ৰৰ টোপাল নহয়। কিয়নো বাসায়নিক পৰীক্ষা কৰি চালে ইয়াত কেতবোৰ অজৈৱ লবণ পোৱা যায়। গতিকে এই টোপালবোৰ উদ্ভিদৰ ৰসৰ টোপালহে। কিছু অংশ পানী বা বস উদ্ভিদে এইদৰে পাতৰ পৰিধি আৰু আগত থকা জলৰন্ধ্ৰবোৰৰদ্বাৰা বাহিৰ কৰি দিয়ে। ইয়াকে বসস্ৰাৱ বা বিন্দুস্রার বোলে।
...