0 votes
77 views
in Science by (6.6k points)
পুষ্পবিন্যাস (Inflorescence) কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

1 Answer

0 votes
by (268k points)
 
Best answer
একাধিক ফুল থুপ খাই কাণ্ডৰ গাত থাকিলে তাক পুষ্পবিন্যাস বোলে। পুষ্পদণ্ডব বৃদ্ধিৰ প্ৰকৃতি অনুসৰি পুষ্পবিন্যাস দুই প্রকাৰব। যেনে-

(ক) অনিয়ত (Recemose) পুষ্পবিন্যাস আৰু

(খ) নিয়ত (Cymose) পুষ্পবিন্যাস।
...