0 votes
55 views
in General Knowledge by (5.9k points)
'চিত্রকূট বর্ণন' কবিতাটিত বৰ্ণনা কৰা ফুলসমূহৰ পৰিচয় দাঙি ধৰা।

1 Answer

0 votes
by (251k points)
 
Best answer
চিত্রকূট বৰ্ণন কবিতাটোত বিভিন্ন ফুলৰ উল্লেখ কৰিছে জাঁই, যুতি, বকুল, বন্দুলি, কর্ণিকাৰ, মদাৰ, অশোক, পলাশ, নাহৰ, চম্পা, তগৰ, বক, সেৱতী, ধুন্দুৰ, কপৌৰ, মালতী, মালি, তমাল, মাধৱী, মৰুৱা, শেৱালি আৰু কেতেকী। জাঁই, যুতি অতি সুগন্ধি বগা ফুল। শেৱালি শৰত কালত ফুলা ফুলা মৰুৱা, মালতী, লতাজাতীয়, কেতেকী কাঁইটীয়া ফুল।
...