0 votes
62 views
in General Knowledge by (5.9k points)
ফান্দ আৰু জংগিত কোনে পইচা থৈছিল? দেখি দুজনৰ মনত কি পৰিবৰ্তন ঘটিল?

1 Answer

0 votes
by (251k points)
 
Best answer
গুৰু শংকৰদেৱে ফান্দ আৰু জংগিত পইচা থৈছিল। ফান্দত আধলি আৰু জংগিত সিকি এটা তৈ অহাত ব্যাধ দুজনে দেখি নিজৰ ভুল বুজিব পাৰিলে আৰু দুয়োৰে মনত বৈৰাগ্যৰ ভাব উপজিল। শেষত দুয়ো গুৰুজনাৰ ওচৰত সংসাৰ বন্ধনৰ পৰা মুক্তি বিচাৰি শিষ্যত্ব গ্রহণ কৰিলে।
...