0 votes
81 views
in General Knowledge by (33.3k points)
'আমাৰ বংশত নোহোৱা নোপোজা ঘটনাটো কেনেকৈ হ'ল জানো?'- কথাষাৰৰ বক্তা কোন? কথাষাৰে শুনোতাৰ অন্তৰত কেনে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
উক্ত কথাষাৰৰ বক্তা প্ৰেৰণাৰ দেউতাকৰ মাক আইতাকে কথাষাবে এহাতে সমাজত চলি থকা অন্ধবিশ্বাস আনহাতে প্রতিবন্ধী সকলৰ প্ৰতিবিৰূপ মনোভাৱ প্ৰকাশ কৰিছে। কিন্তু আইতাকৰ কথা যুক্তিহীন। কোনো বেমাৰ নহয় বা নোহোৱা নোপোজা কথাও নহয়। যিকোনো পৰিয়াল তে এনে এজন সন্তানত জন্ম হ'ব পাৰে। কিন্তু মানসিক ভাৱে সুস্থ সবল হ'ব লাগে। উচ্চ মানসিকতাই সমাজক প্রগতিৰ পথলৈ অগ্ৰসৰ কৰে। যদিও আইতাকে অন্ধ বিশ্বাসত কৈছিল তথাপি ই যুক্তিহীন।
...