0 votes
77 views
in General Knowledge by (31.5k points)
চাহ-কেটলিৰ হেণ্ডেলডালত বেত ঘেৰিওয়া থাকে কিয়?

1 Answer

0 votes
by (251k points)
 
Best answer
চাহ-কেটলি সাধাৰণতে এলুমিনিয়াম ধাতুৰে বনোৱা হয়। এই ধাতু তাপৰ সু-পৰিবাহী আৰু ফলত কেটলিৰ লগত হেণ্ডেলডালও গৰম হয়। এই অৱস্থাত ইয়াক ধৰিব নোৱাৰি। কিন্তু বেত তাপৰ কু-পৰিবাহী আৰু সেয়ে বেছি গৰম নহয়। গতিকে কেটলিটো ধৰিব পাৰি।
...