0 votes
31 views
in Science by (28.3k points)
পশু-পক্ষী পালনৰ বাবে ল'বলগা চাৰিটা ব্যৱস্থাৰ বিষয়ে লিখা।

1 Answer

0 votes
by (221k points)
 
Best answer
পশু-পক্ষী পালনৰ বাবে ল'বলগা চাৰিটা ব্যৱস্থাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

(i) পশু-পক্ষী ৰখা ঘৰ বা ঠাইডোখৰ ওখ ঠাইত হ'ব লাগে, যাতে ঠাইখিনি বোকাময় নহয়।

(ii) ঘৰৰ মজিয়া সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে।

(iii) উপযুক্ত পৰিমাণ সুষম আহাৰৰ যোগান ধৰিব লাগে।

(iv) পানী যোগান, বিজুলী যোগানৰ উপৰিও যথেষ্ট পৰিমাণে সূৰ্যৰ পোহৰ পৰিবৰ বাবে ব্যৱস্থা কৰিব লাগে।
...