0 votes
31 views
in Science by (28.3k points)
এনিম'মিটাৰ যন্ত্ৰৰ সহায়ত বতাহৰ বেগ কেনেকৈ জানিব পাৰি?

1 Answer

0 votes
by (221k points)
 
Best answer
এনিম'মিটাৰ যন্ত্ৰৰ মাজৰ শলাখাডালত এডাল সূচক সংযোগ কৰি থোৱা হয়। এই সূচকডাল এখন ডায়েলৰ ওপৰত ঘূৰে আৰু ইয়াৰপৰা বতাহৰ বেগ জানিব পাৰি।
...