0 votes
111 views
in Science by (33.3k points)
এনিম'মিটাৰ যন্ত্ৰৰ সহায়ত বতাহৰ বেগ কেনেকৈ জানিব পাৰি?

1 Answer

0 votes
by (268k points)
 
Best answer
এনিম'মিটাৰ যন্ত্ৰৰ মাজৰ শলাখাডালত এডাল সূচক সংযোগ কৰি থোৱা হয়। এই সূচকডাল এখন ডায়েলৰ ওপৰত ঘূৰে আৰু ইয়াৰপৰা বতাহৰ বেগ জানিব পাৰি।
...