0 votes
27 views
in Science by (28.3k points)
বতাহৰ আগজাননী দিবলৈ ব্যৱহাৰ কৰা উন্নত প্রযুক্তি কেইবিধৰ নাম লিখা।

1 Answer

0 votes
by (221k points)
 
Best answer
বতৰৰ আগজাননী দিবলৈ ব্যৱহাৰ কৰা উন্নত প্রযুক্তি কেইবিধ হ'ল-

(i) ৰাডাৰ,

(ii) কম্পিউটাৰ,

(iii) কৃত্তিম উপগ্রহ আৰু

(iv) ইন্টাৰনেট সংযোগ ব্যৱস্থা।
...