0 votes
81 views
in Science by (33.3k points)
একাপ ধান আৰু একে জোখৰ একাপ আখৈৰ ভৰ বেলেগ বেলেগ কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
পদাৰ্থৰ পৰিমাণেই ভৰ, অৰ্থাৎ বস্তুৰ ভৰ তাত থকা পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। একাপ ধানত থকা পদাৰ্থৰ পৰিমাণ একে জোখৰ আখৈত থকা পদাৰ্থৰ পৰিমাণতকে বেছি। সেই বাবে একাপ ধান আৰু একে জোখৰ একাপ আখৈৰ ভৰ বেলেগ বেলেগ।
...