0 votes
63 views
in Science by (6.6k points)
মাটিৰ শুকান চপৰা এটা পানীত পেলাই দিলে বুৰবুৰণি ওলাই অহা দেখা যায় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer

মাটিত অসংখ্য সৰু সৰু ছিদ্র বা বিন্ধা থাকে। এইবোৰত বায়ু সোমাই থাকে। পানীত পেলাই দিয়াৰ লগে লগে এইবোৰত পানী সেমায় আৰু ফলত বায়ু ওলাই যায়। এই বায়ুৰ বাবে বুৰবুৰণিৰ সৃষ্টি হয়।

...