0 votes
97 views
in Science by (33.3k points)
সাগৰত খনিজ লৱণৰ পৰিমাণ বেছি কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
বৰষুণৰ পানী মাটিত পৰাৰ পিছত তাৰ লগত কিছুমান খনিজ লৱণ দ্রবীভূত হয়। পিছত এই পানীৰ সৰহভাগ জান-জুৰি, নদী-উপনদীৰ সোঁতত সাগৰত পৰে। এনেকৈ পদাৰ্থবোৰ সাগৰলৈ যোৱাৰ কাৰণে তাত খনিজ লৱণৰ পৰিমাণ বেছি।
...