0 votes
63 views
in Science by (33.3k points)
মাটিৰ তলত যে পানী থাকে তাক কেনেকৈ জনা যায়?

1 Answer

0 votes
by (268k points)
 
Best answer
দমকল বা নলীনাদৰ পানী, নিজৰাৰ পানী আৰু কুঁৱা বা নদীৰ পানী মাটিৰ তলৰপৰা ওলায়। ইয়াৰপৰা জনা যায় যে মাটিৰ তলত পানী জমা থাকে।
...