0 votes
55 views
in Science by (33.3k points)
ভূ-পৃষ্ঠত থকা পানীৰ উৎসবোৰৰ কিছুমানৰ নাম লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
ভূ-পৃষ্ঠত থকা পানীৰ উৎসবোৰৰ কিছুমান হ'ল-খাল, বিল, পুখুৰী, হ্রদ, নদী, সাগৰ ইত্যাদি।
...