0 votes
97 views
in Biology by (31.5k points)
পাতৰ ৰূপান্তৰ কিয় হয়? উদাহৰণৰ সৈতে লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer
পাতৰ ৰূপান্তৰ বিভিন্ন কাৰণত হয়; যেনে-
(i) মটৰ গছৰ দৰে কোমল কাণ্ডৰ গছৰ আগৰ পাতবোৰ কুণ্ডলী আকৃতিৰ আকৰ্ষলৈ ৰূপান্তৰিত হয়।
(ii) কলহ উদ্ভিদৰ পাতবোৰ কলহৰ আকৃতি লয়। পোক-পৰুৱা চিকাৰ কৰিবলৈ পাতবোৰৰ এনে ৰূপান্তৰ হয়।
(iii) আত্মৰক্ষাৰ বাবে কিছুমান গছৰ পাত কাঁইটৰ দৰে জোঙা হয়; যেনে-খেজুৰৰ পাত।
...