0 votes
98 views
in Biology by (33.3k points)
উপপত্র কি? উপপত্র থকা কেইবিধমান উদ্ভিদৰ নাম লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer

উপপত্র: কিছুমান পাতৰ পত্ৰমূল বা গুৰিৰপৰা কিছুমান সৰু পাতৰ দৰে অংশ দেখা যায়। এইবোৰক উপপত্ৰ বোলে।

উপপত্র থকা কেইবিধমান উদ্ভিদ হ'ল-গোলাপ, জবা, আঁহত, নেমুটেঙা ইত্যাদি।

...