0 votes
57 views
in Science by (31.5k points)
মটৰ মাহৰ পাত আৰু খেজুৰ গছৰ পাত কি কাৰণে ৰূপান্তৰিত হয় লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer
মটৰ গছৰ কাণ্ড কোমল। সেইবাবে এইবোৰ অইন কোনো গছ বা আশ্রয়ক অবলম্বন কৰি বগাবলগীয়া হয়। গতিকে মটৰ মাহৰ পাত ইহঁতৰ আগৰ পাতবোৰ কণ্ডলী আকাৰৰ আকর্ষলৈ ৰূপান্তৰিত হয়।

খেজুৰ গছৰ পাতবোৰ গছজোপাক জীৱ-জন্তুৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ বেজীৰ দৰে জোঙা অবস্থালৈ ৰূপান্তৰিত হয়।।
...